Local, Vocal, Global

Good news for state employees:নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যিক কৰ্মচাৰীৰ বাবে ভাল খবৰ

নিউজ ডেস্ক,১জানুৱাৰী: নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যিক কৰ্মচাৰীৰ বাবে ভাল খবৰ

আজিৰে পৰা মুকলি হ’ব পাৰস্পৰিক বদলিকৰণৰ প্ৰক্ৰিয়া

ৰাজ্য চৰকাৰে তৃতীয়-চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে কৰিছে এই সুবিধা(Good news for state employees)

কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবীৰ স্বাৰ্থত প’ৰ্টেল মুকলিৰ সিদ্ধান্ত

লগতে পঢ়ক:One killed in wild Elephant attack in Bokakhat: পুনৰ বোকাখাতত বন্যহস্তীৰ আক্ৰমণত নিহত এজন