Local, Vocal, Global

WATCH | Good News for Farmers: দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ

নিউজ ডেস্ক,২০এপ্ৰিল : দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ

হিতাধিকাৰীয়ে লাভ কৰিব ২০নং কিস্তিৰ ধন(Good News for Farmers!)

জুন মাহতহে লাভ কৰিব ধন

২৪ ফেব্ৰুৱাৰীত কৃষকৰ একাউন্টত সোমাইছিল ১৯নং কিস্তিৰ ধন

DBTৰ জৰিয়তে প্রায় ৯কোটি কৃষকৰ একাউন্টত সোমাইছিল ৯নং কিস্তি

আপোনাৰ নাম আছে নে নাই তালিকাত কেনেকৈ চাব আপুনি?

pmkisan.gov.in অফিচিয়েল ৱেবচাইটত লাভ কৰিব সকলো তথ্য

লগতে পঢ়ক :WATCH | Sensational incident : নাজিৰাৰ মলাগাঁৱত অবৈধ মাটিখননস্থলীত নিশা অঘটন