Golaghat News: পৰিত্যক্ত কুঁৱাত পৰি বন্যহস্তীৰ আৰ্তনাদ
গোলাঘাট,১৭নৱেম্বৰ : গোলাঘাটৰ মৰঙিৰ ২ নং বালিজানত নিশা অঘটন।
নিশা উলাই অহা বৃহৎ বন্যহস্তীৰ জাকৰ মাজৰ এটা হাতী পৰিত্যক্ত কুৱাঁত আৱদ্ধ ।
পৰিত্যক্ত কুঁৱাত পৰি বন্যহস্তীৰ আৰ্তনাদ(Golaghat News)।
হাতীটোক উদ্ধাৰৰ চেষ্টা অব্যাহত স্থানীয় লোক, বন বিভাগৰ।
অৱশেষত বহু ঘণ্টা জোৰা চেষ্টাৰ অন্তত উদ্ধাৰ পৰিত্যক্ত কুৱাঁত আৱদ্ধ হৈ থকা বন্যহস্তীতো ।
বন বিভাগৰ লোক উপস্থিত হৈ জেচিবিৰ সহায়ত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন্যহস্তীতো।
লগতে পঢ়ক :Road Accident in Bongaigaon: বাইক আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ;নিহত ছাত্ৰ,আহত শিক্ষক