Watch | Golaghat bihu: গোলাঘাটৰ হাতী খোৱা ফেণ্ডতচিপ চছাইটিৰ উদ্যোগত মুকলি বিহু উৎযাপন
গোলাঘাট: গোলাঘাটৰ হাতীয়ে খোৱা ফেণ্ডতচিপ চছাইটিৰ উদ্যোগত ২০১০ চনৰ পৰা চলি অহা মুকলি বিহুয়ে এইবাৰ এক আকৰ্ষণীয় ভাৱে ঐক্যৰ বৰ্তাবৰণ সৃষ্টি কৰিছে। মুছলমান বাগানীয় ভাই ভপীৰ ঝুমূৰ নৃত্যৰ উপৰিও ঢোলৰ সম্ৰাত সোমনাথ বৰাৰ ঢোলৰ যাদুৰ সমহাৰে প্ৰকৃতিৰ এক দৃষ্টি নন্দন পৰিৱেশৰ মাজত পহিলা বহাগৰ দিনটো সূন্দৰ ভাৱে উৎযাপন কৰিলে শস।