Local, Vocal, Global

WATCH | Goalpara News : পলিটেকনিক অধ্যাপক সকলক ন্যায়ৰ দাবীত গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্মাৰক পত্ৰ

গোৱালপাৰা,২০মাৰ্চ : পলিটেকনিক অধ্যাপকসকলক ন্যায়ৰ দাবীত গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা আয়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ(Goalpara News)।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়া বালিসত্ৰ সৰুলাছি মনসা মন্দিৰত ২৪তম বাৰ্ষিক শতচণ্ডী যজ্ঞ