WATCH | Goalpara News: গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ ঘটনা
গোৱালপাৰা,৫মাৰ্চ : গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মানৱ সমাজক লজ্জাজনত কৰাৰ ঘটনা।গৰ্ভৱতী মহিলাই প্ৰসাৱগাৰত জন্ম দিলে মৃত সন্তান।
নাৰ্ছৰ গাফিলতীৰ বাবেই সংগঠিত হৈছে এই অমানৱীয় ঘটনা।প্ৰসূতীগৰাকীয়ে নিশা ১ বজাৰ পৰা পেটৰ বিষত চটফটাই আছিল,নাৰ্ছক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো গুৰুত্ব নিদিয়াত প্ৰসূতি গৰাকীয়ে প্ৰসাৱগাৰত ভূমিষ্ট হয় নৱজাতক। আন আন ৰোগৰ সৈতেও নাৰ্ছৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ(Goalpara News)।
লগতে পঢ়ক : WATCH | Self-reliant youth: কাঠফুলা খেতিৰে স্বাৱলম্বী এজন যুৱক