Local, Vocal, Global

WATCH| Goalpara News: গোৱালপাৰাৰ শ্ৰীশ্ৰী সূৰ্যপাহাৰত বিষ্ণু যজ্ঞসহ মেলা মহোৎসৱ

গোৱালপাৰা,২০ফেব্ৰুৱাৰী : গোৱালপাৰাৰ শ্ৰীশ্ৰী সূৰ্যপাহাৰত বিষ্ণু যজ্ঞসহ মেলা মহোৎসৱ।

১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে এই মহোৎসৱ(Goalpara News)।

মেলামহোৎসৱৰ আজি অন্তিম দিন।

মহোৎসৱৰ অন্তিম দিনাও ভক্তৰ ভিৰ।

লগতে পঢ়ক: WATCH|Rangia News: ৰঙিয়াত যুৱ কংগ্ৰেছৰ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ