Watch | Goalpara eviction : গোৱালপাৰাৰ উচ্ছেদৰ পূৰ্বেই উচ্ছেদ স্থলীৰ জুমা নামাজত অংশগ্ৰহণ কৰিব যোৱা লোকক বাধা প্ৰদান আৰক্ষীৰ
গোৱালপাৰা: কাইলৈ গোৱালপাৰা কৃষ্ণাইত চলিব উচ্ছেদ অভিযান। পাইকানৰ পিছত গোৱালপাৰাৰ আৰু ১০-১২ স্থানত চলিব উচ্ছেদ অভিযান । সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰি মুখ্যামন্ত্ৰীয়ে ১১তাৰিখৰ ঠাইত ১২ তাৰিখৰ চলিব উচ্ছেদ অভিযান বুলি সংবাদমেলত এই কথা সদৰি কৰে। ‘জুম্মাৰ নামাজৰ বাবে গোৱালপাৰাত কাইলৈ বন্ধ থাকিব উচ্ছেদ অভিযান বুলি মন্তব্য কৰে মুখ্যামন্ত্ৰীয়ে ।
কিন্তু উচ্ছেদৰ পূৰ্বেই উচ্ছেদিতক গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰা উচ্ছেদ স্থলীত প্ৰৱেশ নিষিদ্ধ জিলা প্ৰশাসনৰ। আখেৰি জুমা নামাজত অংশগ্ৰহণ কৰিব যোৱা লোকক বাধা প্ৰদান আৰক্ষীৰ। উচ্ছেদস্থলীৰ পৰা দুই কিলোমিটাৰ দূৰত আৰক্ষীয়ে পাতিছে বেৰীকেড।কেৱল নামাজ পৰা লোককে নহয় ভিতৰত সোমাবলৈ দিয়া নাই ৰোগী কিম্বা সাধাৰণ নাগৰিকক।উচ্ছেদৰ নামত হাৰাশাস্তি কৰিছে সাধাৰণ মানুহক।
লগতে পঢ়ক: Watch | SC protest : চটাই জিষ্টত ভুৱা নিযুক্তিক লৈ প্ৰতিবাদ অব্যাহত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ