Local, Vocal, Global

WATCH | GMCH : GMCHৰ চেন্ট্রেল ফাৰ্মাচীত অঘটন

নিউজ ডেস্ক,৫এপ্ৰিল : GMCHৰ চেন্ট্রেল ফাৰ্মাচীত অঘটন ।

দুই মহিলা কৰ্মচাৰীৰ মাজত মাৰপিট(GMCH)।

ষ্টাফ নাৰ্ছৰ হাত ভাঙিলে ফাৰ্মাচীৰ কৰ্মচাৰীয়ে ।

ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ ভুক্তভোগী ষ্টাফ নাৰ্ছৰ।

চেণ্ট্ৰেল ফাৰ্মাচীৰ কৰ্মচাৰী নন্দিতা শৰ্মাৰ বিৰুদ্ধে অভিযোগ।

লগতে পঢ়ক : WATCH | Sonpur News : ‘সংযুক্ত সমাজবাদী মঞ্চ’ চমুকৈ এচ এচ এম নামেৰে অসমৰ এটি নতুন ৰাজনৈতিক দল গঠন