Local, Vocal, Global

GMC seals two restaurants in Guwahati : খীষ্ট্ৰানবস্তিৰ দুখনকৈ ৰেষ্টুৰেণ্ট ছীল প্ৰশাসনৰ

নিউজ ডেস্ক,৩১অক্টোবৰ : পুনৰ মহানগৰীৰ ৰেষ্টুৰেণ্টত GMCৰ অভিযান। বুধবাৰে নিশা মহানগৰীৰ কেইবাখনো ৰেষ্টুৰেণ্টত GMCএ চলালে অভিযান।

মহানগৰীৰ একাংশ হোটেল-ৰেষ্টুৰেণ্ট অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুতৰ অভিযোগত GMCএ চলালে অভিযান(GMC seals two restaurants in Guwahati)।

অভিযানত দলটোৱে প্ৰত্যক্ষ কৰে কেইবাখনো হোটেল-ৰেষ্টুৰেণ্টত খোৱাৰ অনুপযোগী খাদ্য। অভিযানত ছীল দুখনকৈ ৰেষ্টুৰেণ্ট। খীষ্ট্ৰানবস্তিৰ কেৰী বেৰী আৰু তনডুজিং নামৰ ৰেষ্টুৰেণ্ট দুখন ছীল কৰিলে GMCএ।প্ৰশাসনে ছীল কৰা ৰেষ্টুৰেণ্টসমূহত খাদ্যৰ প্ৰস্তুত কৰি ৰখা পাত্ৰৰ ওপৰত নাছিল কোনো ঢাকনিৰ ব্যৱস্থা। একেবাৰে কদৰ্য-লেতেৰা পৰিৱেশত প্ৰস্তুত কৰিছিল খাদ্য।

লগতে পঢ়ক :Father-daughter duo was killed after being run over by a truck :নিয়তিৰ নিষ্ঠুৰ পৰিহাস! দীপাৱলীৰ বন্ধত ঘৰলৈ গৈ থকা পথত মৃত্য়ু পিতৃ-কন্যাৰ