Local, Vocal, Global

Girl Stripped and Humiliated by Family Over Alleged Love Affair in Assam : মহিলাক চুলি কাটি নিৰ্মম শাস্তি একাংশ লোকৰ

নিউজ ডেস্ক,১৩জুন : ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা । ৰাজ্যত মৰেল পুলিচিঙৰ ঘটনা প্ৰায় সংঘটিত হৈ আছে ।

এইবাৰ বঙাইগাঁৱত সংঘটিত হৈছে মৰেল পুলিচিঙৰ বৰ্বৰ ঘটনা । বঙাইগাঁৱত এগৰাকী মহিলাক চুলি কাটি নিৰ্মম শাস্তি বিহিলে একাংশ লোকে (Girl Stripped and Humiliated by Family Over Alleged Love Affair in Assam)।

অবৈধ সম্পৰ্ক ৰখাৰ নামত মহিলাগৰাকীক শাস্তি দিয়াৰ অভিযোগ একাংশ লোকৰ বিৰুদ্ধে । মহিলা গৰাকীক সকীয়নী দিয়াৰ নামত একাংশ লোকে সংঘটিত কৰে এই কাণ্ড

বঙাইগাঁৱৰ গেৰুৱাবাৰীত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড ।

লগতে পঢ়ক : Assam Youth Dies in Kerala : কেৰালাত মৃত্যু ঢকুৱাখনাৰ প্ৰাৰ্থ প্ৰতিম চুতীয়া