Local, Vocal, Global

WATCH | Gelakey News: প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল

গেলেকী,২৫ফেব্ৰুৱাৰী: প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল ।

শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে শিৱসাগৰ সদৰ থানাত(Gelakey News)।

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্নী গিতাশ্ৰী তামুলীৰ বিৰোদ্ধে এ আই ইউ ডি এফ মুৰব্বীজনে কৰা আপত্তিজনক মন্তব্যৰ বাবে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ।

নাৰী সমাজক তথা শিক্ষক সমাজক অপমান কৰাৰ অভিযোগ প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে ।

শীঘ্ৰে মৌলানা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰৰ দাবী কৰিছে সংগঠনটোৱে।

লগতে পঢ়ক :WATCH | Jhumoir Binandini: গুৱাহাটী মহানগৰীত ব্যাপক যানজঁট;ব্যাহত এম্বুলেন্স সেৱা