Local, Vocal, Global

WATCH | Guwahati News: বিধায়ক আৱাসত নাৰীৰ নিৰাপত্তা নোহোৱাৰ অভিযোগ

নিউজ ডেস্ক,৩মাৰ্চ : আৰক্ষীৰ বিশেষ শাখাৰ গাড়ী চালক ৰাজীৱ হুছেইনক চেণ্ডেলেৰে আক্ৰমণ প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ

বিধায়ক আৱাসত নাৰীৰ নিৰাপত্তা নাই বুলি গুৰুতৰ অভিযোগ

গাড়ী চালক ৰাজীৱ হুছেইন সুৰাৰ ৰাগীত অশ্লীল ব্যৱহাৰ কৰা বাবেই আইন হাতত তুলি লোৱা বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ(Gauwahati News)।

লগতে পঢ়ক :WATCH | World Hearing Day 2025: চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বিশ্ব শ্ৰৱণ দিৱস পালন