Local, Vocal, Global

WATCH | Gaurav Gogoi : ‘সামাজিক মাধ্যমত টুইট কৰাৰ বাবেই কংগ্ৰেছ নেতা ৰিতম সিংক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে’

নিউজ ডেস্ক,১৫মাৰ্চ : ‘সামাজিক মাধ্যমত টুইট কৰাৰ বাবেই কংগ্ৰেছ নেতা ৰিতম সিংক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে’

‘কালিলৈ আমাকো এনেকৈ কৰিব নেকি?’

‘সাংসদ ৰকিবুল হুছেইনক দিনদুপৰতে আক্ৰমণ কৰিলে আজিলৈ ১০জন অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে’

‘অসম আৰক্ষীয়ে নিজৰ ৰেকড বেয়া কৰি আছে এনেদৰে’

‘অসম আৰক্ষীক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই’

কংগ্ৰেছ নেতা ৰিতম সিংক গ্ৰেপ্তাৰৰ পিছতে সাংসদ গৌৰৱ গগৈ মন্তব্য(Gaurav Gogoi)

লগতে পঢ়ক : WATCH | Sonari News : পুনৰ খহিছে দিচাং নদীৰ ওপৰত থকা ভজো দলং