Local, Vocal, Global

WATCH | Gaurav Gogoi : বৰপেটা সত্ৰৰ দৌল মহোৎসৱত সাংসদ গৌৰৱ গগৈ

নিউজ ডেস্ক,১৫মাৰ্চ : বৰপেটা সত্ৰৰ দৌল মহোৎসৱত সাংসদ গৌৰৱ গগৈ।

বৰপেটা সত্ৰৰ দৌল মহোৎসৱত উপস্থিত হোৱাৰ পূৰ্বে কেওঁটকুছিত চেঙা সমষ্টিৰ কংগ্ৰেছ নেতা সফি জামাল হুছেইনৰ নেতৃত্বত অসংখ্য কংগ্ৰেছ কৰ্মীয়ে আদৰণি জনায় গৌৰৱ গগৈক(Gaurav Gogoi)।

পালহাজীৰ পৰা কংগ্ৰেছ নেতা সফি জামালৰ নেতৃত্বত পাঁচশ শতাধিক বাইক আৰোহীৰ ৰেলী লৈ বৰপেটাৰ কেওঁটকুছিত আগমন শ শ কংগ্ৰেছ কৰ্মীৰ।

সমূহ অসমবাসীলৈ ফাকুৱা আৰু দৌল উৎসৱৰ শুভেচ্ছা গৌৰৱ গগৈৰ।

লগতে পঢ়ক :WATCH | Guwahati News: মহানগৰীত হোলীৰ নিশা সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভাণ্ডলী