Local, Vocal, Global

WATCH | Gaurav Gogoi: ‘যদি ভুল কৰিছে ক্ষমা খোজক’-সাংসদ গৌৰৱ গগৈ

নিউজ ডেস্ক,৬মাৰ্চ : ‘অসমৰ সংস্কৃতিৰ কথা কোৱা বিজেপিৰ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-বিধায়কে অশোক সিংহলক ভুল সোঁৱৰাই দিয়াৰ সলনি ৰক্ষণাবেক্ষণ হে দিছে’

‘ইমান অহংকাৰী কিয়’?

‘ক্ষমা খুজিলেই মানুহ সৰু হৈ নাযায়’

‘যদি ভুল কৰিছে ক্ষমা খোজক’

ভাওনাক লৈ মন্ত্ৰী অশোক সিংঘালে কৰা বিতৰ্কিত মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ গৌৰৱ গগৈ( Gaurav Gogoi)।

লগতে পঢ়ক: WATCH | Trump issues ‘last warning’ to Hamas: ইজৰাইলৰ পক্ষ লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বৃহৎ ঘোষণা