Local, Vocal, Global

WATCH | Gaurav Gogoi : পৰ্বতঝোৰাৰ শক্তিপীঠ মা মহামায়া মন্দিৰত গৌৰব গগৈ

পৰ্বতঝোৰা,২৩জুন : পৰ্বতঝোৰাৰ শক্তিপীঠ মা মহামায়া মন্দিৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈৰ আগমন।

পৰ্বতঝোৰাৰ বিভিন্ন ঠাইৰ লগতে নামনি অসমৰ কিছুমান ঠাইত ৰাইজৰ লগত বিভিন্ন পৰ্যায়ৰ আলোচনা কৰিব বুলি মন্তব্য কৰে(Gaurav Gogoi)।

মন্দিৰত আহিছোঁ ইয়াতে কোনো ৰাজনৈতিক মন্তব্য নকৰোঁ বুলি সাংবাদিকৰ আগত ব্যাক্ত কৰে।

লগতে পঢ়ক : WATCH | Sootea News : ব্যতিক্ৰমীকৈ এজন শিক্ষকক বিদায় সম্বৰ্দ্ধনা