Local, Vocal, Global

WATCH | Gaurav Gogoi : ‘আমি কংগ্ৰেছক ৰাইজৰ মাজলৈ লৈ যাব বিচাৰো’

নিউজ ডেস্ক,২২জুন : ‘আমি কংগ্ৰেছক ৰাইজৰ মাজলৈ লৈ যাব বিচাৰো’

‘কংগ্ৰেছক ৰাইজৰ মাজলৈ নিবলৈ আমি আমি কষ্ট কৰিব লাগিব, আমাৰ হাতত অলপ সময় আছে’

‘মোৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে’

ৰে’ল যোগে কোকৰাঝাৰত উপস্থিত APCC ৰ সভাপতি গৌৰৱ গগৈ(Gaurav Gogoi)

লগতে পঢ়ক : WATCH | Domestic violence : খাৰুপেটীয়াত বোৱাৰীক হত্যা;পত্নীক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে