Local, Vocal, Global

WATCH | Gaurav Gogoi : হাজোত উপস্থিত APCC ৰ সভাপতি গৌৰৱ গগৈ

হাজো,২১জুন : হাজোত উপস্থিত APCC ৰ সভাপতি গৌৰৱ গগৈ।

বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সৰব গৌৰৱ গগৈ ।

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰ দুৱাৰ বিচাৰ কৰা বিজেপি চৰকাৰ খনে অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী সকলৰ ঘৰ দুৱাৰৰ খবৰ লওক।।

আজিৰ তাৰিখত অসমৰ মন্ত্ৰী সকলৰ ঘৰ কোনো গুণে কম নহয় বুলি কটাক্ষ গৌৰৱ গগৈৰ(Gaurav Gogoi) ।

মুখ্যমন্ত্ৰী ৰাজনৈতিক হিন্দু আৰু আমি হলো প্ৰকৃত হিন্দু।

সাম্প্ৰদায়িক মন্ত্যব সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ বাক্যবান গৌৰৱ গগৈৰ ।

অসমৰ ৰাইজে প্ৰতিটো কথাৰ হিচাপ এইখন চৰকাৰৰ পৰা লব বুলি উল্লেখ কৰে।

দিনজোৰা কাৰ্য্যসূচীৰে গৌৰৱ গগৈ হাজোত উপস্থিত হৈ ভিন্ন জনৰ লগত মত বিনিম়য় কৰিব।

লগতে পঢ়ক :WATCH | Bilasipara News : সমাগম নৱ নিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধিৰ সকলৰ শপত গ্ৰহণ