WATCH | Gaurav Gogoi : ‘হিমন্ত বিশ্ব শৰ্মাই আমাক শিকাব নালাগে হিন্দু ধৰ্মৰ কথা’
নিউজ ডেস্ক,১৯জুন : ‘হিমন্ত বিশ্ব শৰ্মাই আমাক শিকাব নালাগে হিন্দু ধৰ্মৰ কথা’
‘প্ৰকৃত হিন্দুৱে এনেকুৱা কথা ক’ব নোৱাৰে’
‘ৰাজনৈতিক হিন্দুৱে এনেকুৱা ধৰণৰ কথা কয়’
‘বিজেপি, RSSতকৈ বহু পুৰণি হিন্দু ধৰ্ম’
মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ(Gaurav Gogoi)
লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসকলে প্ৰতিটো টকাৰ হিচাপ দিব লাগিব’