Local, Vocal, Global

WATCH | Gaurav Gogoi : ‘মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসকলে প্ৰতিটো টকাৰ হিচাপ দিব লাগিব’

নিউজ ডেস্ক,১৯জুন : ‘মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসকলে প্ৰতিটো টকাৰ হিচাপ দিব লাগিব’

‘ৰাইজৰ মাটি অধিগ্ৰহণ কৰাতকৈ আদানী-আম্বানীক নিজৰ মাটি দিয় মুখ্যমন্ত্ৰীয়ে’

‘যি মুখ্যমন্ত্ৰীয়ে মন্দিৰ, নামঘৰ সুৰক্ষিত কৰিব নোৱাৰে সেই মুখ্যমন্ত্ৰীৰ এদিনো গাদীত বহাৰ অধিকাৰ নাই’

গো মাংস দলিওৱাৰ আৰু আদানী-আম্বানীক নিজৰ মাটি দিয়াক লৈ মন্তব্য সভাপতি গৌৰৱ গগৈৰ(Gaurav Gogoi)

লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘হিন্দু ধৰ্ম এটা উদাৰ ধৰ্ম, পুৰণি ধৰ্ম, শক্তিশালী ধৰ্ম’