WATCH | Gaurav Gogoi : ‘বিজেপিৰ ভাইৰাছ লাগি থকা কংগ্ৰেছীৰ অস্ত্ৰোপ্ৰচাৰ কৰা হ’ব’
নিউজ ডেস্ক,১৫জুন : ‘কংগ্ৰেছত থকা বিজেপি ভাইৰাছক দৰৱ লগাই শিক্ষা দিব সভাপতি গৌৰৱ গগৈয়ে’
‘ধৰ্মৰ নামত অসমক প্ৰদূষিত কোনে কৰিব বিচাৰিছে ?’
‘আজি সম্পূৰ্ণভাৱে গৃহ বিভাগ বিফল হৈছে’
‘বিজেপিৰ ভাইৰাছ লাগি থকা কংগ্ৰেছীৰ অস্ত্ৰোপ্ৰচাৰ কৰা হ’ব।’
মঙলদৈত বিজেপিক সমালোচনা গৌৰৱ গগৈৰ(Gaurav Gogoi)
লগতে পঢ়ক : WATCH | AAMSU : ‘NRCক লৈ আভুৱা ভৰা কথা কোৱাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ’