WATCH | Gaurav Gogoi : মঙলদৈত উষ্ম আদৰণি সভাপতি গৌৰৱ গগৈক
মঙলদৈ,১৫জুন : মঙলদৈত উষ্ম আদৰণি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈক(Gaurav Gogoi)।
দৰং জিলা কংগ্ৰেছৰ কমিটিৰ উদ্যোগত কৰ্মী আৰু সম্বোধনা অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈ।
লগতে পঢ়ক :WATCH | Gaurav Gogoi : বহিঃৰাজ্যৰ পৰা RSSৰ নেতাই অসমক প্ৰদুষিত কৰিব বিচাৰিছে নেকি ?