WATCH | Gaurav Gogoi:কাইলৈ যদি বিজেপিৰ চৰকাৰ নোহোৱা হয় তেন্তে বিজেপি ত্যাগ কৰা প্ৰথমজন মানুহেই হ’ব হিমন্ত বিশ্ব শৰ্মা
নিউজ ডেস্ক,৬জুন : কাইলৈ যদি বিজেপিৰ চৰকাৰ নোহোৱা হয় তেন্তে বিজেপি ত্যাগ কৰা প্ৰথমজন মানুহেই হ’ব হিমন্ত বিশ্ব শৰ্মা।
আমি ক্ষমতাৰ কাৰণে নহয়, আদৰ্শৰ বাবেহে ৰাজনীতি কৰিছো আমি। য
দি মুখ্যমন্ত্ৰীৰ আদৰ্শ নাই, তেন্তে তেওঁ অফিচাৰ হ’ব লাগিছিল।’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে(Gaurav Gogoi)।
লগতে পঢ়ক :WATCH | Drugs Seized : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে কলেজীয়া ছাত্ৰ