Local, Vocal, Global

WATCH | Gaurav Gogoi : ‘মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক যাত্ৰা মই অনুসৰণ কৰিব বিচৰা নাই’

নিউজ ডেস্ক,৫জুন : ‘মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক যাত্ৰা মই অনুসৰণ কৰিব বিচৰা নাই’।

‘প্ৰথমে আছু, তাৰপিছত কংগ্ৰেছ, পিছত আকৌ বিজেপি’।

‘মই তেওঁৰ দৰে ৰাজনৈতিকভাৱে ইমান ফ্লেক্সিবোল নহয়’।

‘যিফালেই ক্ষমতা সেইফালেই তেওঁৰ ভৰি থাকে’।

শিলচৰত এই মন্তব্য সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ(Gaurav Gogoi)।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘গো-মাতাৰ নামত বিজেপি চৰকাৰে ৰাজনীতি কৰে’