WATCH | Gaurav Gogoi : ‘বৰাকক ৰাজ্যৰ বিজেপি চৰকাৰে ATMৰ দৰে ব্যৱহাৰ কৰিছে’
নিউজ ডেস্ক,৫জুন : ‘বৰাকক ৰাজ্যৰ বিজেপি চৰকাৰে ATMৰ দৰে ব্যৱহাৰ কৰিছে’।
‘গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ বহু বিফলতা আছে’।
‘২০১৬ চনৰ পিছত ৰাজ্যত চিণ্ডিকেট বৃদ্ধি পাইছে’।
‘আমি ৰাইজৰ সন্মুখত সকলো চিণ্ডিকেট ফাদিল কৰিম’-
মন্তব্য সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ(Gaurav Gogoi)।
লগতে পঢ়ক : WATCH | Jamugurihat News : ‘অসমত মুছলমান হৈ জন্ম গ্ৰহণ কৰাটোৱেই পাপ নেকি?’