WATCH | Gaurav Gogoi: ‘মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ পৰা ক্ষমা বিচাৰিব লাগে’: গৌৰৱ গগৈ
নিউজ ডেস্ক,২৬ফেব্ৰুৱাৰী : ‘২০১৮ চনত প্ৰথম ‘এডভান্টেজ আছাম’ হ’ল সেই ‘এডভান্টেজ আছাম’ত আমি কি পালো’?
‘মই আশা কৰো যে মুখ্যমন্ত্ৰীয়ে যোৱা ‘এডভান্টেজ আছাম’ আৰু এইবাৰৰ ‘এডভান্টেজ আছাম’ৰ মাজত পাৰ্থক্য কি আমাক বুজাব’
‘আৰক্ষীৰ ওপৰত হাত উঠাৰ পিছতো মুখ্যমন্ত্ৰী নিমাত’
‘মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ পৰা ক্ষমা বিচাৰিব লাগে’
শিৱসাগৰত সাংসদ গৌৰৱ গগৈৰ মন্তব্য(Gaurav Gogoi)।
লগতে পঢ়ক :WATCH | Sivasagar News: শিৱসাগৰত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা আৰম্ভ