Local, Vocal, Global

WATCH | Gaurav Gogoi : যুঁজ এখন হ’ব এইবাৰ। যুঁজ এখন হ’ব

নিউজ ডেস্ক,৩জুন : যুঁজ এখন হ’ব এইবাৰ। যুঁজ এখন হ’ব।

সমগ্ৰ অসম আজি আজি উতফুল্লিত। উখল-মাখল গুৱাহাটীৰ ৰাজীৱ ভৱন । কাৰণ নতুন সভাপতিৰ আগমন ঘটিছে ৰাজীৱ ভৱনত।নতুন সভাপতিৰ জোৱাৰে শাসক পক্ষত তুলিছে খলকনি।

ভয়ত কম্পমান বিজেপি(Gaurav Gogoi)।

মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে । ৩১ মে’ ৰ পৰা সমগ্ৰ অসমতে কেৱল শুনা পোৱা গৈছে গৌৰৱ গগৈৰ নাম। যোৰহাটৰ বিমান বন্দৰৰ পৰা আৰম্ভ কৰি শিৱসাগৰ গোলাঘাট,বোকাখাত কলিয়াবৰ নগাও মৰিগাও অসমৰ বহুবল মন্ত্ৰী পীযুয হাজৰিকাৰ সমষ্টি জাগিৰোড হৈ বিশাল ৰেলীৰে যেন সমগ্ৰ অসমক চমক দিলে নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে।

৩জুনত আনুষ্ঠানিক ভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহন কৰে গৌৰৱ গগৈয়ে। দায়িত্ব ভাৰ গ্ৰহন কৰিয়ে মানৱেন্দ্ৰ শৰ্মা কমপ্ৰেক্সত হাজাৰ হাজাৰ জনতাৰ আগত বিজেপিৰ মিথ্যাচাৰ,ভ্ৰষ্টাচাৰৰ কথা কৈ অনাগত দিনত ৰাইজৰ কাষত কংগ্ৰেছৰ চৰকাৰ নহয় ৰাইজৰ চৰকাৰ হব বুলি প্ৰতিশ্ৰুতি দিয়ে।

লগতে পঢ়ক : WATCH | Bhupen Borah : কংগ্ৰেছ দলৰ বহু দুৰ্যোগৰ সময়ত APCC ৰ সভাপতিৰ দায়িত্ব মই চম্ভালি লৈছিলো’