Local, Vocal, Global

WATCH | Gaurav Gogoi : নগাঁৱত উষ্ম আদৰণি অসম প্ৰদেশ কংগ্ৰছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক

নগাঁও,২জুন : উজনিৰ পৰা যাত্ৰা কৰি নগাঁৱত উপস্থিত সাংসদ গৌৰৱ গগৈ।

নগাঁৱত উষ্ম আদৰণি অসম প্ৰদেশ কংগ্ৰছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক।

সভাপতি গৰাকী বটদ্ৰৱা থানলৈ যোৱাৰ পূৰ্বে উষ্ম আদৰণী জনাই কংগ্ৰেছ কৰ্মী সকলে(Gaurav Gogoi)।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁৱত কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ আতঁৰোৱাক লৈ ক্ষোভ প্ৰকাশ কংগ্ৰেছ কৰ্মীৰ