WATCH | Gaurav Gogoi : টীয়কত উপস্থিত নৱ নিযুক্ত সভাপতি গৌৱৰ গগৈ
টীয়ক,১জুন : টীয়কত উপস্থিত নৱ নিযুক্ত সভাপতি গৌৱৰ গগৈ ।
ঢেকীয়াখোৱা বৰনামঘৰত আশীষ ল’লে গৌৰৱ গগৈৱে।
কলীয়াপানী ব্লক কংগ্ৰেছ কাৰ্যালয়ত সম্বৰ্ধনা গৌৰৱ গগৈক(Gaurav Gogoi)।
লাচিত মৈদামত তৰ্পন কৰে গৌৰৱ গগৈয়ে।
লগতে পঢ়ক : WATCH | Shrinkhal Chaliha : শৃংখল চলিহাক সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ