Local, Vocal, Global

WATCH | Gaurav Gogoi : শিৱসাগৰত পদযাত্ৰাত গৌৱৰ গগৈৰ

শিৱসাগৰ,১জুন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিযুক্ত সভাপতি গৌৱৰ গগৈ উজনি ভ্ৰমণ ।

শনিবাৰে যোৰহাট উপস্থিত পাছতেই আজি শিৱসাগৰ উপস্থিত হয় গৌৰৱ গগৈ।

সভাপতি গৰাকী শিৱসাগৰত উপস্থিত হোৱাৰ পাছতেই উষ্ম আদৰণি জনাই ৰাইজে(Gaurav Gogoi)।

প্ৰথমে শিৱসাগৰ আৱৰ্ত ভৱনত জেষ্ঠ নাগৰিক সকলৰ সতে মত বিনিময় কৰে সভাপতি গৰাকীয়ে |

ইয়াৰ পাছতেই প্ৰথম শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্ত্তি শ্ৰদ্ধা জনাই ।

পদযাত্ৰাত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : WATCH | Chapar News : শৃংখল চলিহাক উভতি ধৰিলে অবিভক্ত গোৱালপাৰা জিলা আৰু ধুবুৰী জিলা কলিতা জনগোষ্ঠী