WATCH | Gaurav Gogoi : শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকৰে মত বিনিময় গৌৰৱ গগৈৰ
শিৱসাগৰ,১জুন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিযুক্ত সভাপতি গৌৱৰ গগৈৰ উজনি ভ্ৰমণ ।
শনিবাৰে যোৰহাট উপস্থিত পাছতেই আজি শিৱসাগৰ উপস্থিত হয় নৱ নিযুক্ত সভাপতি গৌৱৰ গগৈ।
শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকৰে মত বিনিময় গৌৰৱ গগৈৰ।
পুৱা আৱৰ্ত ভৱনত বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰে গৌৰৱ গগৈক(Gaurav Gogoi)।
তাৰ পাচতে জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে বৈঠকত মিলিত হয়।
জ্যেষ্ঠ নাগৰিকসকলে তেওঁক বিভিন্ন পৰামৰ্শ দিয়ে।
আজি শিৱসাগৰৰ পৰা ৰোড শ্ব’কৰি নগাঁৱলৈ ৰাওনা হ’ব গৌৰৱ গগৈ।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : আজি শিৱসাগৰ উপস্থিত হয় নৱ নিযুক্ত সভাপতি গৌৱৰ গগৈ