WATCH | Gaurav Gogoi : আজি শিৱসাগৰ উপস্থিত হয় নৱ নিযুক্ত সভাপতি গৌৱৰ গগৈ
শিৱসাগৰ,১জুন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিযুক্ত সভাপতি গৌৱৰ গগৈৰ উজনি ভ্ৰমণ ।
শনিবাৰে যোৰহাট উপস্থিত পাছতেই আজি শিৱসাগৰ উপস্থিত হয় নৱ নিযুক্ত সভাপতি গৌৱৰ গগৈ ।
সভাপতি গৰাকী শিৱসাগৰত উপস্থিত হোৱাৰ পাছতেই উষ্ম আদৰণি জনাই ৰাইজে(Gaurav Gogoi)।
প্ৰথমে শিৱসাগৰ আৱৰ্ত ভৱনত জেষ্ঠ নাগৰিক সকলৰ সতে মত বিনিময় কৰে সভাপতি গৰাকীয়ে ।
ইয়াৰ পাছতেই প্ৰথম শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্ত্তি শ্ৰদ্ধাঞ্জলী জনাই পদযাত্ৰাত অংশগ্ৰহণ কৰিব।
লগতে পঢ়ক : WATCH | Bidyut saikia :’আমি নগাৰ সৈতে যুদ্ধ কৰি দুই হাজাৰ বিঘা মাটি ঘূৰাই আনিছো’