Local, Vocal, Global

WATCH | Gaurav Gogoi : ‘যোৰহাট মোৰ ঘৰ, মই আজি ঘৰলৈ আহিছোঁ’

নিউজ ডেস্ক,৩১মে’ : ‘যোৰহাট মোৰ ঘৰ, মই আজি ঘৰলৈ আহিছোঁ’।

যি ঠাইৰ পৰা মোৰ প্ৰয়াত পিতৃয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল।

‘সেই ভূমি মই আজি স্পৰ্শ কৰি তেখেতৰ আশীৰ্বাদ লৈছোঁ’।

যোৰহাটত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ(Gaurav Gogoi)।

গৌৰৱ গগৈৰ সৈতে উপস্থিত তিনিগৰাকী কাৰ্যকৰী সভাপতি।

লগতে পঢ়ক : WATCH | Assam Floods: যিকোনো মুহূৰ্ততে ছিঙি যাব পাৰে ৰাষ্ট্ৰীয় ঘাইপথ