WATCH | Gaurav Gogoi : যোৰহাট ৰৰৈয়া বিমানবন্দৰত গৌৰৱ গগৈক দলীয় নেতা-কর্মীৰ আদৰণি
নিউজ ডেস্ক,৩১মে’ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত শনিবাৰে প্ৰথমবাৰৰ বাবে যোৰহাটত ভৰি দিলে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈ যোৰহাট বিমানবন্দত উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ নেতা-কৰ্মীৰ মাজত আনন্দ-উছাহৰ দেখিবলৈ পোৱা যায়(Gaurav Gogoi)।
যোৰহাট ৰৰৈয়া বিমানবন্দৰত গৌৰৱ গগৈক দলীয় নেতা-কর্মীৰ আদৰণি।
যোৰহাটত উপস্থিত হৈ স্থানীয় ৰাইজ, দল-সংগঠনৰ লগত বাৰ্তালাপ কৰাৰ লগতে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব।
লগতে পঢ়ক : WATCH | Morigaon News : স্বদেশীক বিদেশী সজাই কৰা হাৰশাস্তি সত্য প্ৰমাণ হোবাৰ দাবী সদৌ অসম মুছলিম ছাত্ৰ