Local, Vocal, Global

WATCH | Gaurav Gogoi : ‘মই ভয় খোৱা নাই,মই শংকিত হোৱা নাই’

নিউজ ডেস্ক,১৮মে’ : মই ভয় খোৱা নাই,মই শংকিত হোৱা নাই

মোৰ সন্তানৰ নামত বিঘাই বিঘাই বাগান নাই,মোৰ সন্তানৰ নামত কোম্পানী নাই

তেওঁ শংকিত হৈছে কাৰণ তেওঁৰ সন্তানৰ নামত কোম্পানী আছে,বাগান আছে

মুখ্যমন্ত্ৰীক উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে(Gaurav Gogoi)

লগতে পঢ়ক :WATCH | Udalguri News : মকিবুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই প্রতিক্রিয়া UPPL ৰ