Local, Vocal, Global

WATCH | Gaurav Gogoi : ‘গো-মাতাৰ নামত বিজেপি চৰকাৰে ৰাজনীতি কৰে’

নিউজ ডেস্ক,৫জুন : ‘প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এটাও প্ৰস্তাৱ মুখ্যমন্ত্ৰীয় হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে পূৰণ কৰা নাই’

‘শিলচৰ ছিংগাপুৰ হ’ব পাৰে ভৱিষ্যত, যদি আমি চেষ্টা কৰোঁ।’

‘গো-মাতাৰ নামত বিজেপি চৰকাৰে ৰাজনীতি কৰে। কিন্তু শিলচৰত গৰু সৰবৰাহ কিয় বন্ধ কৰিব পৰা নাই বিজেপি চৰকাৰে। ‘

মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ(Gaurav Gogoi)

লগতে পঢ়ক : WATCH | Assam Floods : দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়ত একাঠু একাঠু পানী