Local, Vocal, Global

Gauhati University orders two hostels to be vacated : আজি সন্ধিয়াৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ ছাত্ৰাৱাস খালী কৰাৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

নিউজ ডেস্ক,৬অক্টোবৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ ছাত্ৰাৱাস খালী কৰাৰ নিৰ্দেশ কৰ্তৃপক্ষৰ। আজি সন্ধিয়াৰ ভিতৰত খালী কৰিব লাগিব RCC1 আৰু RCC2। ইতিমধ্যে কৰ্তন কৰা হৈছে দুয়োটা হোষ্টেলৰ পানী আৰু বিদ্যুৎ সংযোগ। বন্ধ কৰি দিয়া হৈছে খোৱা-লোৱাৰ ব্যৱস্থাও। হোষ্টেল খালী কৰিবলৈ ৰাজী নহয় আৱাসীসকল(Gauhati University orders two hostels to be vacated)।

উল্লেখ্য যে, ২৬ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল ১৫টা পদত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন। সুকলমে বৃহস্পতিবাৰে নিৰ্বাচনৰ বৈতৰণী পাৰ হ’ল যদিও ২৭ ছেপ্টেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই RCC-1 আৰু RCC-2 আৱাসীসকলৰ মাজত সৃষ্টি হয় সংঘাত।

লগতে পঢ়ক :Sensational Incident : ধনু-কাঁড়েৰে আক্ৰমণ কৰি হত্যা এজন লোকক