Local, Vocal, Global

Garima Aaikia garg car met an accident :গুৱাহাটীৰ জুৰোডত গৰিমা শইকীয়া গাৰ্গৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক,২০অক্টোবৰ : গুৱাহাটীৰ জুৰোডত গৰিমা শইকীয়া গাৰ্গৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতুত গৰিমা শইকীয়া গাৰ্গৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

তিনিখন বাহনৰ মাজত সংঘৰ্ষ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

গৰিমা শইকীয়া গাৰ্গৰ ৰৈ থকা বাহনখনত খুন্দা মাৰে আন এখন বাহনে(Garima Aaikia garg car met an accident)।

প্ৰথমতে এখন i20 বাহনে খুন্দা মাৰে এখন ডিজায়াৰ বাহনত।

তাৰ পাছত ডিজায়াৰ বাহনখনে খুন্দা মাৰে গৰিমা শইকীয়া গাৰ্গৰ বাহনখনত।

বাহনখনত আছিল গৰিমা শইকীয়া গাৰ্গ।

অৱশ্যে আঘাতপ্ৰাপ্ত হোৱা নাই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

সম্প্ৰতি যান-বাহন আৰক্ষী আহি উপস্থিত হৈছে ঘটনাস্থলীত।

লগতে পঢ়ক :Dr. Girish sharma passed away : বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ গিৰীশ চন্দ্ৰ শৰ্মাৰ দেহাৱসান