জুৱাৰী ছবেত, নবিচ, মুজিবৰক গ্ৰেপ্তাৰ By MyNewsNE Desk On Oct 9, 2022 Last updated Oct 9, 2022 Share নিউজ ডেস্ক: চাপৰৰ শেগুণবাৰীত আৰক্ষীয়ে এক অভিযান চলাই তিনিজন জুৱাৰী আটক কৰিবলৈ সক্ষম হয়। ছবেত আলী, নবিচ আলী আৰু মুজিবৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বইটামাৰী আৰক্ষীয়ে জুৱাৰী কেইজনক গ্ৰেপ্তাৰ কৰে। Share FacebookTwitterReddItWhatsAppPinterestEmail