Local, Vocal, Global

Former Union Minister Suresh Pachouri joins BJP : কংগ্ৰেছত ব্যাপক খহনীয়া; বিজেপিত যোগদান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ পচৌৰীৰ

নিউজ ডেস্ক, ৯ মাৰ্চ : কংগ্ৰেছত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে( Former Union Minister Suresh Pachouri joins BJP)।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আন এক আঘাত । বিজেপিত যোগদান কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ পচৌৰীয়ে । শনিবাৰে ভোপালত বিজেপিত যোগদান কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী সুৰেশ পাচৌৰীয়ে( Former Union Minister Suresh Pachouri joins BJP)৷

লগতে পঢ়ক : 200 students at Greater Noida hostel suffer food poisoning : খাদ্যৰ বিষক্ৰিয়া হৈ অসুস্থ ২০০গৰাকী শিক্ষাৰ্থী