Manmohan Singh death: আজি সম্পন্ন হ’ব ড০ মনমোহন সিঙৰ শেষকৃত্য
নিউজ ডেস্ক,২৮ডিচেম্বৰ : আজি সম্পন্ন হ’ব ড০ মনমোহন সিঙৰ শেষকৃত্য৷ দিল্লীৰ নিগমবোধ ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য(Manmohan Singh death)৷
আজি শেষকৃত্য সম্পন্ন হোৱাৰ পূৰ্বে ড০ মনমোহন সিঙৰ নশ্বৰদেহ দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়(Former PM Manmohan Singh to be cremated at Nigambodh Ghat today)।
কংগ্ৰেছ নেতৃত্বই তাত পুনৰ এবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক শেষ শ্ৰদ্ধা জনাই। ইয়াৰ পিছত, তেওঁক দিল্লীৰ নিগমবোধ ঘাটত আজি সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে অন্তিম বিদায় জনোৱা হ’ব।
লগতে পঢ়ক :Encounter in Bilasipara:ৰাজ্যত পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলীচালনা