Local, Vocal, Global

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখক জামিন

নিউজ ডেস্ক : বোম্বাই উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখক জামিন প্ৰদান কৰিছে৷ দেশমুখক প্ৰৱৰ্তন সঞ্চালকালয়ে চমুকৈ ইডিয়ে ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

এই বছৰৰ আৰম্ভণিতে পিএমএলএৰ এখন বিশেষ আদালতে জামিনৰ আবেদন নাকচ কৰাৰ পাছতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লগা হৈছিল।