Local, Vocal, Global

Forest Department tranquilize Elephant :অৱশেষত ট্ৰেংকুলাইজ কৰা হ’ল কামাখ্যাত বিচৰণ কৰা হাতীটো

নিউজ ডেস্ক,৫আগষ্ট : অৱশেষত ট্ৰেংকুলাইজ কৰা হ’ল কামাখ্যাত বিচৰণ কৰা হাতীটো। প্ৰায় ৭ ঘণ্টা চেষ্টাৰ অন্তত হাতীটোক ট্ৰেংকুলাইজ বন বিভাগৰ।

কামাখ্যাৰ কালিপুৰ ৰিভাৰ ছাইডৰ পৰা উদ্ধাৰ কৰা হ’ল হাতীটোক।দেওবাৰে নিশা ৩ বজাত হাতীটোক উদ্ধাৰ কৰে বন বিভাগে। হাতীটোক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয়(Forest Department tranquilize Elephant) ।

প্ৰায় ১২ দিন ধৰি কামাখ্যাৰ জনাঞ্চলত বিচৰণ কৰি আছিল হাতীটোৱে।

লগতে পঢ়ক :Dengue : গহপুৰত ডেংগীৰ প্ৰাদুৰ্ভাৱ !