Foreign cigarettes seized in Amingaon : আমিনগাঁৱত জব্দ বিদেশী চিগাৰেট

নিউজ ডেস্ক,৩১জুলাই : আমিনগাঁৱত কামৰূপ আৰক্ষীৰ অভিযান । অভিযানত জব্দ বিদেশী চিগাৰেট(Foreign cigarettes seized in Amingaon) ।
জানিব পৰা মতে, HR 38 Z 8530 নম্বৰ ট্ৰাকেৰে শিলচৰৰ পৰা চত্তীশগড় ৰায়পুৰলৈ সৰবৰাহ কৰিছিল চিগাৰেটখিনি। কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত বকো আৰু আমিনগাঁও আৰক্ষীৰ অভিযানত জব্দ কৰে বিদেশী চিগাৰেট সহ সৰবৰাহকাৰী চাৰিজনক।
ইফালে গাড়ী চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰাগাঁৱত থকা MR KING গুডাউনত অভিযান চলাই মেনেজাৰ চাহিল দেৱান, আছিক ইকবাল,অজিত ছালয় আৰু পৰশু বৈশ্য নামৰ সৰবৰাহকাৰীকেইজনক আটক কৰে আৰক্ষীয়ে(Foreign cigarettes seized in Amingaon) ।
জব্দকৃত বিদেশী চিগাৰেট খিনৰ মূল্য প্ৰায় কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ।