Local, Vocal, Global

Food Poisoning Case : নন্দোৎসৱৰ প্ৰসাদ আৰু লাৰু খাই অসুস্থ শতাধিক লোক

নিউজ ডেস্ক,২৯আগষ্ট : খাদ্যত বিষক্ৰিয়া । অসুস্থ পুৰুষ-মহিলাসহ শিশু ।

হাজোৰ ৰামদিয়াত খাদ্যত বিষক্ৰিয়া । খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ শতাধিক লোক। ৰামদিয়াৰ বৈদ্যপাৰাৰ মেঘনাৰায়ন সত্ৰত বুধবাৰে নিশা অনুষ্ঠিত হোৱা নন্দোৎসৱৰ প্ৰসাদ আৰু লাৰু খাই অসুস্থ হৈ পৰে বহু পুৰুষ-মহিলাৰ লগতে শিশু। আক্ৰান্ত সকলৰ অধিকাংশই মহিলা আৰু শিশু(Food Poisoning Case)।

আক্ৰান্ত সকলক ইতিমধ্যে হাজো FRU আৰু শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে একাংশ ৰোগীক শিঙিমাৰী চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছে।দুয়োখন চিকিৎসালয়ত ৰোগী সকলক উন্নত চিকিৎসা প্ৰদান কৰিছে।

লগতে পঢ়ক : Jatin Bora fell off the stage while his bike : ভ্ৰাম্যমাণৰ মঞ্চত নাট প্ৰদৰ্শন কৰি থকাৰ সময়তে বাইকসহ বাগৰি পৰিল যতীন বৰা