Local, Vocal, Global

WATCH | Floods News : মেঘালয়ৰ বিভিন্ন অঞ্চলত বান

নিউজ ডেস্ক,২১মে’ : ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে মেঘালয় ৰাজ্যৰ বিভিন্ন অঞ্চলত।

আনকি বানপানীৰ তলত ৰাস্তা-ঘাট । ফলত যান-বাহন চলাচল আৰু যাতায়তৰ ভাবে ব্যাপক অসুবিধাৰ সম্মুখীন হৈছে স্থানীয় লোক(Floods News)।

দুদিনীয়া ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ত বানপানীৰ সৃষ্টি হৈছে।

লগতে পঢ়ক : WATCH | Road Accident : মালবাহী ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ