Five Killed In Massive Blast At Illegal Firecracker Factory : আতচবাজী ফেক্টৰীত বিস্ফোৰণ;নিহত ৩জন,আহত ৫জন

নেশ্যনেল ডেস্ক,৩অক্টোবৰ : উত্তৰ প্ৰদেশৰ বেৰেলীৰ আতচবাজী ফেক্টৰীত বিস্ফোৰ । ছিৰৌলীৰ এখন গাঁৱত থকা আতচবাজী ফেক্টোৰীত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো । ফলত গুৰুতৰভাৱে আহত ৫জন ,নিহত হয় ৩জন(Three Dead, Five Injured in Explosion at Illegal Firecracker Factory in Uttar Pradesh)।
বিস্ফোৰণটো ইমানে ভয়ংকৰ আছিল যে ভাগি পৰিল দাঁতিকাষৰীয়া ৫টাকৈ বাসগৃহ(Five Killed In Massive Blast At Illegal Firecracker Factory)।
অবৈধভাৱে ফেক্টৰীটো স্থাপন কৰাৰ তথ্য় পোহৰলৈ আহিছে । ফেক্টৰীটোৰ স্বত্বাধিকাৰে নৱীকৰণ কৰা নাছিল ফেক্টৰীটোৰ অনুজ্ঞাপত্ৰ।স্বত্বাধিকাৰৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে।
লগতে পঢ়ক :Sensational incident : বিয়াৰ বজাৰ কৰিবলৈ আহি গুৱাহাটীত ৰহস্যজনকভাৱে মৃত্য়ু মঙলদৈৰ যুৱকৰ