HMPV: গুৱাহাটী মহানগৰীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত

নিউজ ডেস্ক,২১জানুৱাৰী : গুৱাহাটী মহানগৰীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত(First HMPV patient detected in Guwahati)।
এগৰাকী ৭৫ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে HMP ভাইৰাছ(HMPV)।
মহিলাগৰাকীৰ স্বামীৰো কৰা হৈছে HMPV পৰীক্ষা।
বৰ্তমান গুৱাহাটীৰ এপ’ল হাস্পতালত চিকিৎসাধীন ৰোগীগৰাকী।
অসমত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছিল ডিব্ৰুগড়ত।
লগতে পঢ়ক :Illegal gambling: ডিব্ৰুগড় মহানগৰৰ মাজ মজিয়াত বৃহৎ জুৱাৰ সাম্ৰাজ্য