Fire Erupts Near Asom Sahitya Sabha : অসম সাহিত্য সভাৰ অধিৱেশনত অগ্নিকাণ্ডৰ ঘটনা
নিউজ ডেস্ক,১ফেব্ৰুৱাৰী : অসম সাহিত্য সভাৰ অধিৱেশনত ভয়ংকৰ অঘটন
পাঠশালাত সাহিত্য সভাৰ মূল অধিৱেশনৰ প্ৰৱেশদ্বাৰত অগ্নিকাণ্ড
সাহিত্য সভাত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি হাহাকাৰ অৱস্থা(Fire Erupts Near Asom Sahitya Sabha)
চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতেই ভয়ংকৰ অগ্নিকাণ্ড
ঘটনাৰ পিছতেই হাহাকাৰ লাগে ৰাইজৰ মাজত
আমিষ নামৰ এখন মাংসৰ দোকানত এই অগ্নিকাণ্ডৰ ঘটনা
ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই
লগতে পঢ়ক :Hajo youth missing: অৰুণাচলৰ পৰশুৰাম কুণ্ড লৈ গৈ সন্ধানহীন হাজোৰ যুৱক